101
নগাঁওঃ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’লে অসমীয়া চলচিত্ৰ আৰু নাট্য জগতৰ বলিষ্ঠ অভিনেতা নীলু শৰ্মাই৷
নগাঁও জিলাৰ পুৰণিগুদাম তেলিয়াগাঁৱৰ নতুন তিনিআলিৰ নিজা বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাজনে ৷