Home অন্যান্য খবৰবিশ্বনাথ চাৰিআলিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

বিশ্বনাথ চাৰিআলিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

by News Desk
103 views
A+A-
Reset

News Next One ,বিশ্বনাথ চাৰিআলি ,২৫ আগষ্ট ঃ বিশ্বনাথ চাৰিআলিৰ আদালতৰ সমীপৰ পৰাই আজি এক প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা হয় ৷ জানিব পৰা মতে এটা নিৰ্মিয়মান পথত পেলাই থোৱা ব্লক ইটাৰ মাজত সোমাই থকা সাপটোক স্থানীয় ৰাইজে দেখা পাই আৰু তাৎক্ষণিকভাবে খবৰ পোৱা বিশ্বনাথ চাৰিআলিৰে যুৱক এগৰাকীয়ে উদ্ধাৰ কৰে অজগৰটোক ৷

কামাল শ্বেখ নামৰ সাহসী যুৱক জনে উদ্ধাৰ কৰা সাপটো দীঘলে প্ৰায় ৮ মিটাৰ আৰু ওজনে ১২-১৫ কেজি মানৰ হব বুলি ধাৰণা কৰা হৈছে ৷ প্ৰকাণ্ড অজগৰটোক কালামে আনকি নিজৰ গাতো মেৰিয়াই লৈ চহৰ মাজত উপস্থিত হয় ৷ এই দৃশ্য চাবলৈ বহু মানুহে ভীৰ কৰে ৷ অৱশেষত স্থানীয় লোকৰ সহযোগত প্ৰকাণ্ড অজগৰটোক বনবিভাগক চমজি দিয়ে ৷ উল্লেখ্য যে কামাল শ্বেখ নামৰ যুৱকজন এই পৰ্যন্ত তিনিশৰো অধিক সাপ ধৰা বুলি জানিব দিয়ে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0