63
মোৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে বানত সকলো হেৰোৱা লোকসকলক সহায় আগবঢ়াই আহিছে৷ এইবাৰ বানপীড়িতৰ মাজত সাহায্য বিতৰণ কৰিলে আজমল চি এছ আৰৰ অধীনৰ মৰ্কজুল মা’আৰিফ আৰু আজমল ফাউণ্ডেছনে৷
ৰাজ্যিক জমিয়ত উলেমাৰ সহযোগত দুয়োটা সংস্থাই উজনি অসমৰ আঁঠখন জিলাৰ ৫ হাজাৰ বানপীড়িতক চাউল, দাইল, নিমখ আদি বিতৰণ কৰে৷