Home ৰাজ্যবটদ্ৰৱাত উজ্জ্বলা যোজনাৰ শুভৰাম্ভ

বটদ্ৰৱাত উজ্জ্বলা যোজনাৰ শুভৰাম্ভ

by News Desk
71 views
A+A-
Reset

জাজৰিঃ দেশৰ দৰিদ্ৰ, মজদুৰ, শ্ৰমিক পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা প্ৰধানমন্ত্রী উজ্জ্বলা আঁচনিৰ আজি বটদ্ৰৱা সমষ্টিত শুভৰাম্ভ কৰা হয়৷ পাঘালী গাঁও পঞ্চায়তৰ ১০৮ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিক ভাৱে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ বিতৰণ কৰি কাৰ্যসূচীৰ শুভৰাম্ভ কৰা হয়।

পঞ্চায়তটোৰ পাঘালী ৰাসমন্দিৰ মঞ্চত অনুষ্ঠিত এখন সভাত সংযোগসমূহ আনুষ্ঠানিক ভাবে বিতৰণ কৰে সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী তথা কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক আকাশদ্বীপ ডেকাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0