Home ৰাজ্যমাৰ্ঘেৰিটা মহকুমাত ড্ৰাগছ-কানিৰ মুকলি বজাৰ বন্ধ কৰাৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

মাৰ্ঘেৰিটা মহকুমাত ড্ৰাগছ-কানিৰ মুকলি বজাৰ বন্ধ কৰাৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

by News Desk
77 views
A+A-
Reset

লিডুঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত ড্ৰাগছ আৰু কানিৰ ব্যাপক হাৰত ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন কৰি ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন প্ৰান্তত অবাধ গতিত চলি থকা নিচা জাতীয় দ্ৰব্যৰ বেহা বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ শাতধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰশাসনক কেৰেপ নকৰি ড্ৰাগছ-কানি মাফিয়াই মহকুমাটোৰ জনগোষ্ঠীয় এলেকাসমূহত ৰমৰমীয়া ব্যৱসায় চলাই থকা কাৰ্যই সচেতন মহলক চিন্তিত কৰি তোলাত জাতীয় সংগঠন প্ৰতিবাদ সাব্যস্ত কৰে আহিছে যদিও গা নলৰে প্ৰশাসনৰ ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0