68
কাজলগাওঁঃ ৰাজ্য চৰকাৰৰপৰা সঁহাৰি পাই কমতাপুৰ বন্ধ সাময়িক ভাৱে প্ৰত্যাহাৰ কৰিছে সদৌ অসম কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰদীপ ৰায়ৰ গোটে।
জুন মাহত অাক্ৰাছুৰ প্ৰদীপ ৰায় গোটৰ সৈতে এক বৈঠকত মিলিত হৈ ৰাজ্য চৰকাৰে সংগঠনটোৰ দাবী সন্দৰ্ভত আলোচনা কৰিব বুলি জানিবলৈ পোৱাৰ পিছতেই এই সিদ্ধান্ত সদৰী কৰিছে আক্ৰাছুৱে৷