54
কাজিৰঙাঃ কাজিৰঙাত আজি দেখা গ’ল সাপ-নেউলে একেলগে বহি কথা পতা সদৃশ এক বিৰল দৃশ্য। এই দৃশ্য প্ৰত্যক্ষ কৰি বহুতেই বিস্ময়াভিভূত হৈ পৰে।
সততে ইজনে-সিজনৰ গালৈ বাক্যবাণ নিক্ষেপ কৰি থকাৰ মাজতে যেতিয়া দুয়োপক্ষই হাঁহি-মাত কথা পতা দৃশ্য প্ৰত্যক্ষ কৰিব তেন্তে আচৰিত হ’বৰে কথা।