79
ডিজিটেল ডেস্কঃ কেন্দ্ৰ চৰকাৰে দুমাহ আগতে মুকলি কৰা ভাৰত কে বীৰ নামৰ এপ আৰু ৱেবছাইটযোগে প্ৰায় আঠ কোটি টকা গোটাবলৈ সক্ষম হৈছে।
ছহীদ জোৱানৰ পৰিয়ালৰ বাবে অৰ্থসাহায্য গোটোৱাৰ উদ্দেশ্যে ৰাজনাথ সিঙে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ সৈতে মুকলি কৰা হৈছিল এই এপটো।