77
গহপুৰঃ আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী জ্ঞানী মানুহ। তেও কথা কলে মানুহে শুনে। আজিকালি শুক্ষামন্ত্ৰীয়ে শিক্ষা, স্বাস্থ্যৰ পাঠ পঢ়োৱাৰ সমানে সমানে ধৰ্মৰো জ্ঞান দিয়া আৰম্ভ কৰিছে।
যেতিয়াৰ পৰা ধৰ্মৰ জ্ঞান দিয়া আৰম্ভ কৰিলে তেতিয়াৰ পৰাই যেন বিতৰ্কই পিছ নেৰা হ’ল তেওৰ। কেন্সাৰ জ্ঞান দি বেয়াকৈ মুখ ধেকেচা খাই একেবাৰে লটি-ঘটি তেও। তাৰ পিছত আকৌ বুৰঞ্জী জ্ঞান দিয়া আৰম্ভ কৰি ধিক্কাৰ, ভৰ্ৎসনা সহিব লগা হৈছে। সকলোৱে জানে অবাস্তৱ কথা কলে লাগে লেঠা৷