Home অন্যান্য খবৰবজৰংগই অভয়াপুৰীত ধৰিলে গৰুসহ দুই ভান

বজৰংগই অভয়াপুৰীত ধৰিলে গৰুসহ দুই ভান

by News Desk
54 views
A+A-
Reset

অভয়াপুৰীঃ ভাৰত-ভূটান সীমান্তত গৰুৰ চোৰাং বেহা ৰোধ কৰিব নোৱাৰাক লৈ সেনা-প্ৰশাসনৰ ওপৰত প্ৰশ্ন উঠাৰ সময়তে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত চহৰত জব্দ কৰা হৈছে চোৰাং গৰুসহ দুখনকৈ ভান।

চালানবিহীনভাৱে দুখন ভানেৰে ৭ টা গৰু লৈ লেংটিছিঙা অভিমুখে গৈ আছিল চোৰাং ব্যৱসায়ীয়ে। চোৰাং ব্যৱসায়ী কেইজন পলাই যাবলৈ সক্ষম হয় যদিও বজৰং দলে গৰু আৰু ভান দুখন জব্দ কৰি অভয়াপুৰী আৰক্ষীক গটাই দিয়ে। জব্দ কৰা ভান দুখনৰ নম্বৰ ক্ৰমে AS 19C 7303 আৰু AS 19C 5389।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0