231
আমগুৰিঃ “দেউতা ঐ, কেৰেলা-বেঙেনাৰ চাক/ ঢাল-কড়ি খেলোতে দদাইদেউৰ ঘৰতে, মূৰৰ সোলকিলে পাগ”
অসমীয়াৰ চহা জনজীৱনৰ সতে সংপৃক্ত ধোপ খেল, ঘিলা খেল, টাং গুটি, খুলি খেল আদি থলুৱা খেলবোৰৰ প্ৰচলনত এতিয়া একপ্ৰকাৰে এলান্ধু পৰিছেগৈ যদিও দেশৰ সপ্তদশ সাধাৰণ নিৰ্বাচনৰ এই ৰণাংগনৰ সমসাময়িকভাৱে পুৰণিকলীয়া পৰম্পৰা ৰক্ষা কৰি আমগুৰিৰ দিক-চু অঞ্চলৰ এইসকল গঞা এতিয়া ব্যস্ত অন্য এক ৰণাংগনত।