18
মেছেৰ আলী আহমেদঃ
লকডাউনত জনজীৱন একপ্ৰকাৰ অচল হৈ পৰিছে। চাৰিওফালে হাহাকাৰ পৰিবেশ।
তাৰ মাজত এচাম যুৱক যুৱতীৰ সাংস্কৃতিক প্ৰেমৰ ফচল “ভোগ”।
‘সাংস্কৃতিক জগতৰ নৱ সংযোজন ‘ভোগ’