Home ৰাজ্যধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰিলে কোকৰাঝাৰ জিলা বন্ধৰ ভাবুকি আমছুৰ

ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰিলে কোকৰাঝাৰ জিলা বন্ধৰ ভাবুকি আমছুৰ

by News Desk
75 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত চিথিলাৰ বগৰীগুৰী গাওঁৰ দশম শ্ৰেণীৰ ছাত্ৰী তথা নাবালিকা কিশোৰী এগৰাকীক একে গাঁৱৰে গাজী ৰহমান পৰামানিক নামৰ  লম্পট শিক্ষক এজনে বলাৎকাৰ কৰাৰ এমাহ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে ধৰ্ষণকাৰী শিক্ষকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ঘটনা সন্দৰ্ভত যোৱা ২২ ফেব্ৰুৱাৰীত শিক্ষক গৰাকীৰ বিৰুদ্ধে  ধৰ্ষিতা নাবালিকা কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গই ফকিৰাগ্ৰাম থানাত এজাহাৰ দাখিল কৰিছিল ৷ এজাহাৰত উল্লেখ কৰা মতে যোৱা ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৭ বজাত নাবালিকা কিশোৰী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট শিক্ষক গাজী ৰহমান পৰামানিকে কিশোৰী গৰাকীৰ মূখত সোপা দি বলপূৰ্বকভাৱে উঠাই লৈ নিৰ্জন ঠাইত বলাৎকাৰ কৰি মূমূৰ্ষ অৱস্থাত পেলাই থৈ গুছি যায় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0