Home অন্যান্য খবৰপথ নহয় হালবোৱা পথাৰহে, নগাঁৱত গড়কাপ্তানীৰ গাফিলতি

পথ নহয় হালবোৱা পথাৰহে, নগাঁৱত গড়কাপ্তানীৰ গাফিলতি

by News Desk
100 views
A+A-
Reset

নগাঁওঃ পৰিৱৰ্তনকামী সৰ্বানন্দ সোণোৱাল নেৰ্তৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়ণ তথা গড়কাপ্তানী বিভাগৰ দায়িত্বৰ নমুনা উদঙালে এজাক বৰষুণে৷ এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ বটদ্ৰৱা সমষ্টিত৷ সমষ্টিটোৰ চকলাঘাটৰ সোণাই নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰি ৰাইজৰ বাবে মোকলাই দিয়া পকী দলঙৰ পাৰৰ পথৰ অংশত এতিয়া ভুঁই ৰুব পৰা অৱস্থা৷

গড়কাপ্তানী বিভাগৰ চৰম গাফিলতি আৰু অৱহেলাৰ বিপৰীতে দলংখন নিৰ্মাণ কৰা ঠিকাদাৰজনৰ মইমতালিৰ বাবেই দুৰ্ভোগ ভূগিছে ৰাইজে৷ নব নিৰ্মিত দলংখনৰ দুই পাৰৰ পথৰ অংশ যাতায়াতৰ উপযোগীকৈ নিৰ্মাণ নকৰি কেৱল পথাৰৰ মাটি আৰু নাম মাত্ৰ শিল-বালি চতিয়াই দায়িত্ব সামৰাৰ হেতু এজাক বৰষুণৰ পিছতে দুখন মান গাড়ী অহা-যোৱা কৰোতেই সেই অংশই কদৰ্য ৰূপ ধাৰণ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0