58
নগৰবেৰাঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুয়ে দক্ষিণ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি দিনৰ ১২ বজাত আলোপতি-মাজৰচৰ বজাৰ প্ৰাংগণত এক প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী পালন কৰে।
উক্ত কাৰ্যসূচী লগত সংগতি ৰাখি আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে বৰপেটা জিলাৰ উপাযুক্ত লৈ পাচঁ দফীয়া দাবী সম্বলিত এটি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।