Home অন্যান্য খবৰঅমৰনাথ কাণ্ডৰ নিন্দা আমছুৰ, ক’লা বেজ পৰিধান

অমৰনাথ কাণ্ডৰ নিন্দা আমছুৰ, ক’লা বেজ পৰিধান

by News Desk
50 views
A+A-
Reset

মোৰাঝাৰঃ এটাৰ পিছতে আন এটা সন্ত্ৰাসৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অমৰনাথ তীৰ্থযাত্ৰীসকলক সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণ আৰু হাৰিয়ানাৰ হিচাৰত মছজিদৰ ইমামৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আমছুৰ নেতৃত্বত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। 

শুকুৰবাৰে নামাজৰ পিছতে হোজাইৰ মোৰাঝাৰ জামে মছজিদতত মোৰাজাৰ আঞ্চলিক আমছু আৰু সচেতন ৰাইজৰ সহযোগত ক’লা বেজ পৰিধান কৰি দেশৰ শান্তিৰ কাৰণে দোৱা কৰা হয়। আমছুৰ নেতৃত্বই সকলো শ্ৰেণীৰ ৰাইজে শান্তি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহব্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0