Home অন্যান্য খবৰমহৰ শিঙেৰে নহয়, বাঁহৰ পেঁপাৰে চমক ডিমৌৰ আনন্দ গগৈৰ

মহৰ শিঙেৰে নহয়, বাঁহৰ পেঁপাৰে চমক ডিমৌৰ আনন্দ গগৈৰ

by News Desk
131 views
A+A-
Reset

ডিমৌঃ পেঁপা বজাই বিহুতলীত গাভৰুক কঁকাল ভগাই নচোৱাটো খুৱেই ৰোমাঞ্চকৰ কাম। কিন্তু এই ৰোমাঞ্চক এক নতুন মাত্ৰা প্ৰদান কৰিছে এই ডিমৌৰ নিতাইপুখুৰী ১ নং গড়ভঙা গাঁৱৰ আনন্দ গগৈ নামৰ শিল্পীজনে।আনন্দই চমক সৃষ্টি কৰিছে বাঁহেৰে ঢোল-পেপাঁ আৰু গগনা তৈয়াৰ কৰি।

৫৫ বছৰীয়া এইজন শিল্পী এতিয়া দিনে নিশাই বিহুৱা-বিহুৱতীৰ বাবে বাঁহেৰে ঢোল, পেপাঁ, গগনা, শুতুলি, বাঁহী আদি তৈয়াৰ কৰাত ব্যস্ত৷ ২০০৩ চনৰ পৰা আনন্দ গগৈৰ হাতৰ যাদুত প্ৰাণ পাই উঠিছে বাদ্যযন্ত্ৰই৷ আনন্দ গগৈৰ হাতৰ পৰশত কেৱল সৰু শিঙা পেপাঁই নহয় তেওঁৰ বিষ্ময়কৰ সৃষ্টিৰাজিত ৰণশিঙাও সাজু হৈ উঠিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0