138
শিৱসাগৰঃ বুৰঞ্জীক অৱহেলা কৰা জাতি এটাৰ ভৱিষ্যত দুৰ্ভাগ্যপূৰ্ণ হোৱাটো স্বাভাৱিক। কিন্তু তাতোকৈ দুৰ্ভাগ্যৰ কথা অতীতৰ গৌৰৱ কঢ়িওৱা কীৰ্তিচিহ্নসমূহ ৰক্ষণা-বেক্ষণ দিব নোৱাৰাটো।
তেনেই এক ছবিয়ে বিবেক দংশন কৰিছে শিৱসাগৰবাসীৰ। আহোম ৰাজত্ব কালত নিৰ্মিত ঐতিহাসিক সম্পদ সমুহ এটাৰ পিছত এটা কৈ ধ্বংষৰ মুখলৈ গতি কৰিছে। নীৰৱ দৰ্শক হ’বলগা হৈছে সাধাৰণ জনতা।