48
মৰিয়নীঃ মৰিয়নী কঠালগুৰি বাগানৰ সমীপৰ ভোগদৈ নদীত পৌৰাণিক মূৰ্তি উদ্ধাৰে অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
স্থানীয় বাসিন্দা মন্টু ভূঞা নামৰ এজন যুৱকে ভোগদৈত গা ধুই থাকোতে আধা পোত খাই থকা অৱস্থাত উদ্ধাৰ কৰে এই মূৰ্তিটো।