65
পিতা
চকুৰ পতাত যি জনে কঢ়িয়াই ফুৰে
এখন সেউজীয়া আকাশ
নক্ষত্ৰৰ চেকা লগা চুৰিয়াত যিয়ে বান্ধি ৰাখিছিল এচিকুট হাঁহি
সেইজন মোৰ পিতাই, আমাৰ পিতাই ৷