79
“আলিঙ্গনৰ দুই হাতে
নিবিচাৰে সেই বিজ্ঞান “
–হেমা চৌধুৰী গগৈ
কোনোবাই চুই দিলেই গজি উঠিছিল এটি কবিতা
কোনোবাই চুই দিলেই বাজি উঠিছিল এটি সুৰ
দুহাতৰ আলিঙ্গনতেই গঢ়ি উঠিছিল বন্ধুত্ব
চুই দিলেই হৈ পাৰিছিল আপোন