71
মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰীত দুটা মেগজিন সহ এটা একে-৫৬ ৰাইফল উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, দেওবাৰে নিশা মিছামাৰী থানাৰ আৰক্ষী আৰু আৰক্ষীৰ বিশেষ বাহিনীয়ে যুটীয়া অভিযান চলাই অঞ্চলটোৰ এৰাবৰী গাঁৱৰ নিবাসী স্বৰ্গীয় জোনাব আলীৰ এটা পৰিত্যক্ত ঘৰত পুতি থোৱা অৱস্থাত উক্ত ৰাইফল আৰু মেগজিন দুটা উদ্ধাৰ কৰে।