Home ৰাজ্যচামগুৰিত পিতা-পুত্ৰৰ হত্যাৰ অভিযোগত আটক ১১জন

চামগুৰিত পিতা-পুত্ৰৰ হত্যাৰ অভিযোগত আটক ১১জন

by News Desk
64 views
A+A-
Reset

বঢ়মপুৰঃ চামগুৰিৰ লৰিৰমুখত ২ অক্টোবৰৰ নিশা নিজৰ ব্যৱসায় প্ৰতিষ্ঠানখন বন্ধ কৰি ঘৰলৈ ওভটাৰ পথতে দুৰ্বৃত্তই আক্ৰমণ কৰিছিল আব্দুল কুদ্দুচ আৰু মস্ফিকুল ৰহমান নমৰ দুই পিতা-পুত্ৰক৷ যাৰ ফলত দুৰ্বৃত্তৰ হাতত প্ৰাণ গৈছিল পিতা-পুত্ৰৰ৷

আনহাতে এই ঘটনা সন্দৰ্ভত নিহত লোকৰ পৰিয়ালে অভিযোগৰ আঙুলি টোৱাইছিল আব্দুল কুদ্দুচৰ ভাতৃ আকবৰ আলীলৈ৷ পৰিয়ালটোৱে ঘটনাৰ সতে ১২ জন লোক জড়িত থকা বুলি সন্দেহ কৰিছিল৷ কিন্তু আৰক্ষীয়ে ঘটনাৰ সতে জড়িত কোনো লোকক আটক নকৰাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে স্থানীয় ৰাইজে চামগুৰিৰ কাৱৈমাৰি আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0