Home ক্ৰীড়াক্ৰিকেটৰ মহাৰণ, ঢাপলি বৰ্ষাপাৰলৈ

ক্ৰিকেটৰ মহাৰণ, ঢাপলি বৰ্ষাপাৰলৈ

by News Desk
65 views
A+A-
Reset

গুৱাহাটীঃ ৰাজ্য এতিয়া ক্ৰীড়াত মগন৷ এফালে ক্ৰিকেট আনফালে ফুটবল৷ ৰাজ্যৰ লাখ লাখ ফুটবল অনুৰাগীয়ে ভৰিৰ যাদু চাবলৈ বলিয়া হৈ থকাৰ সময়তে মঙলবাৰে অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ এখন হাই ভল্টেজ ক্ৰিকেট মেচ৷ ১৭ অনুৰ্ধ্ব বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেল সহ ৯ খন মেচ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হোৱাৰ সময়তে ভাৰত-অষ্ট্ৰেলিয়াৰ এখন হাই ভল্টেজ ক্ৰিকেট মেচে উৎসাহিত কৰিছে ৰাজ্যৰ ক্ৰীড়া অনুৰাগীক৷

প্ৰায় সাত বছৰৰ মুৰকত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক মেচক লৈ এতিয়া চৌদিশে চৰ্চা৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষাপাৰা ষ্টেডিয়াম উদ্ধোধন কৰাৰ পিছতে মঙলবাৰে অনুষ্ঠিত হ’ব ক্ৰিকেট অনুৰাগীৰ বহু আকাংক্ষাৰ টি-২০ মেচ খন৷ U-17 বিশ্বকাপ ফুটবলৰ বতৰত ক্ৰিকেট বলিয়া ৰাজ্যবাসীয়ে টিভিৰ সন্মুখত বহিবলৈ সাজু হৈ উঠিছে৷ কেৱল টিভিয়ে নহয় মোবাইলটো একাংশ লোকে এতিয়া খেল চোৱা আৰম্ভ কৰা দেখা যায়৷ চ’ক বজাৰৰ টিভিৰ দোকানত লগাই থোৱা বৰ বৰ টিভিত চকু থৈ চিঞৰি উঠিব বহু মানুহ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0