Home ৰাজ্যগুৱাহাটীক বানপানী মুক্ত কৰিব নগাঁৱৰ মাণিক কৰে

গুৱাহাটীক বানপানী মুক্ত কৰিব নগাঁৱৰ মাণিক কৰে

by webmaster
A+A-
Reset
water-logged-guwahati

ডিজিটেল ৰিপ’ৰ্টঃ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ সমাধানৰ উপায় ভাবি উলিয়াইছে নগাঁৱৰ এজন ভূতত্ত্ববিদে ৷ তেওঁৰ নাম হৈছে মাণিক কৰ ৷ ইতিমধ্যে, ভাৰতৰ উপৰি কেইবাখনো বহিঃৰাষ্ট্ৰত দুৰ্যোগ প্ৰশমন ব্যৱস্থাৰ ওপৰত গৱেষণা কৰা নগাঁৱৰ এই ভূতত্ত্ববিদজনে গুৱাহাটীৰ ভয়াৱহ কৃত্ৰিম বান ৰোধৰ কৰিবৰ বাবে প্ৰস্তুত কৰিছে এক প্ৰকল্প ৷

ভূতত্ত্ববিদজনে সাজু কৰা এই প্ৰকল্পটোৰ জৰিয়তে এজাক বৰষুণতে কৃত্ৰিম বানে মহানগৰবাসীৰ জীৱন দুৰ্বিষহ কৰি তোলা দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ ক্ষেত্ৰত কেইবাটাও কাৰিকৰী পৰামৰ্শৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ো উপস্থাপন কৰিছে ৷ উল্লেখ্য যে, বিভিন্ন সময়ত দেখা যায় যে চৰকাৰীভাৱে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে নানা প্ৰকাৰৰ আঁচনি গ্ৰহণ কৰা হয় যদিও মূৰকত এই সকলোবোৰ আঁচনি কিন্তু বুমেৰাংহে হৈ পৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

Latest Articles

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0