55
বালিপৰাঃ হাতবাউলি দি মাতিছে অৰুণাচলৰ টিপ্পীয়ে। দৰাচলতে সেউজ হাবিৰে আবৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা টিপ্পীৰ প্ৰাণচঞ্চলা জলপ্ৰপাতে হাতবাউলি দি মাতিছে প্ৰতিজন সৌন্দৰ্যপিপাসুক।
বৰফেৰে আগুৰা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ এই জলপ্ৰপাতে সম্প্ৰতি দেশী-বিদেশী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু্ হৈ পৰিছে। ভালুকপুঙ-টাৱাং সংযোগী পাহাৰীয়া একে-বেকা পথচোৱাৰ ১৫ কি.মি. মান গ’লেই পোৱা এই জলপ্ৰপাটোত পৰ্যটকৰ চকু জুৰাইছে।