Home ৰাজ্যৰঙিয়া, ১১ বজালৈ নাহে ডাঙৰ বাবু, সৰু বাবু হতৰ চাহ খাই আহোতে লাগে এঘণ্টা

ৰঙিয়া, ১১ বজালৈ নাহে ডাঙৰ বাবু, সৰু বাবু হতৰ চাহ খাই আহোতে লাগে এঘণ্টা

by News Desk
61 views
A+A-
Reset

গোৰেশ্বৰঃ কৰ্ম সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিব লাগিলে আপুনি কামৰূপ জিলাৰ ৰঙিয়ালৈ আহিব লাগিব৷ ৰঙিয়া চহৰত থকা বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়লৈ আহিলে আপুনি কৰ্ম সংস্কৃতিৰ নমুনা প্ৰত্যক্ষ কৰিব পাৰিব৷ দিনৰ ১১ বাজি যোৱাৰ পাছতো বৰাবাবুসকল কাৰ্যালয়লৈ নাহে৷ কোৱা বাহুল্য বৰাবাবুক অনুসৰণ কৰি সৰু বাবুসকলেও কৰ্ম সংস্কৃতি পাহৰি গৈছে৷ 

যিহেতু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোৱা কথাবোৰ এতিয়া মন্ত্ৰী-বিধায়কে পাহৰি গৈছে বিষয়া-কৰ্মচাৰীয়ে পাহৰি যোৱাটো ডাঙৰ কথা নহয়৷ ব্যস্ততাৰ বাবে ৰাজনৈতিক দলবোৰৰ লোকে পাহৰি পেলাইছে সকলো। পাহৰি পেলাইছে কৰ্ম সংস্কৃতিৰ কথাও৷ কৰ্ম সংস্কৃতি ঘুৰাই অনাৰ দোহাই দি ৰাজ্যৰ শাসন ভাৰ দখল কৰা চৰকাৰখনে পাহৰিলেও ৰাইজে পিছে পাহৰা নাই কথা বোৰ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0