বিজেপিৰ মন্ত্ৰীয়ে ক’লে- ধৰ্ষণ কাণ্ডৰ বাবে দায়ী পৰ্ণগ্ৰাফি, নিষিদ্ধ কৰক...

Home দেশবিজেপিৰ মন্ত্ৰীয়ে ক’লে- ধৰ্ষণ কাণ্ডৰ বাবে দায়ী পৰ্ণগ্ৰাফি, নিষিদ্ধ কৰক কেন্দ্ৰ চৰকাৰে

বিজেপিৰ মন্ত্ৰীয়ে ক’লে- ধৰ্ষণ কাণ্ডৰ বাবে দায়ী পৰ্ণগ্ৰাফি, নিষিদ্ধ কৰক কেন্দ্ৰ চৰকাৰে

by News Desk
53 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা ধৰ্ষণ কাণ্ডৰ কাৰণে একমাত্ৰ পৰ্ণগ্ৰাফিয়েই দায়ী বুলি মন্তব্য কৰিছে মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিঙে৷ পৰ্ণগ্ৰাফি অথবা অশ্লীল দৃশ্য-শ্ৰাব্যসমূহে দেশত ধৰ্ষণ কাণ্ড বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি ইন্টাৰনেটত উপলব্ধ পৰ্ণ চিনেমা সমূহ অনতিপলমে নিষিদ্ধ কৰিবলৈ সোমবাৰে মধ্যপ্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰলৈ এখন চিঠিও প্ৰেৰণ কৰে৷ 
 
ভূপেন্দ্ৰ সিঙে কৈছে, ‘‘ইতিমধ্যে মধ্যপ্ৰদেশত ৰাজ্যস্তৰৰ ২৫ টা পৰ্ণ চাইট ব্লক কৰি দিয়া হৈছে৷ কিন্তু সেয়াই যথেষ্ট নহয়৷ সমগ্ৰ দেশতেই পৰ্ণগ্ৰাফিৰ উপলব্ধ চাইটসমূহ নিষিদ্ধ কৰি দিয়া উচিত৷ মধ্যপ্ৰদেশৰ স্বৰাষ্ট্ৰ বিভাগে চলোৱা এটি সমীক্ষা মতে পৰ্ণগ্ৰাফীয়ে শিশু-কিশোৰসকলৰ ওপৰত বেয়া প্ৰভাৱ পেলায়৷ খুব সহজে মোবাইলৰ মাধ্যমেৰে এই পৰ্ণগ্ৰাফীসমূহ চাব পৰা যায়৷ আৰু ইয়াৰ কাৰণেই ধৰ্ষণ আৰু নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে৷’’ 

পঢ়ক এই বাতৰিঃ- এখন চহৰত নিষিদ্ধ হ’ব পৰ্ণ চাইট, কমিবনে ধৰ্ষণ-যৌন নিৰ্যাতন?

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0