67
গুৱাহাটী — ৮ জুলাই ২০২১ যোৱা কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
সেই সিদ্ধান্ত সমূহ আজি শিক্ষমন্ত্ৰী ৰনোজ পেগু দেৱৰ উপস্থিতিত পিযুষ হাজৰিকা দেৱে ঘোষণা কৰে ৷
কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ এনে ধৰণৰ:-
★. আজিৰে পৰা গাঁওবুঢ়া সকলক গাঁওপ্ৰধান হিচাপে নামাকৰণ কৰা হয় । গাঁওপ্ৰধান সকলৰ বয়স নূন্যতম ৩০ বছৰ আৰু সৰ্বোচ্চ ৬৫ বছৰ হব পাৰিব।