ডিজিটেল ৰিপৰ্টঃ সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন প্ৰান্তত উলহ-মালহেৰে আজি ঈদ উদযাপন কৰা হয়। “ঈদ মোবাৰক ! পবিত্ৰ ঈদ উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ আৰু শান্তিৰ বতৰা ৷” এনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্ত সোণোৱালে ফেচবুকযোগে সকলোলৈকে ঈদৰ শুভেচ্ছা জনায়। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সকলোলৈকে ঈদৰ শুভেচ্ছা জনাই এনেদৰে লিখে ফেচবুক পেজতঃ May the blessings of Allah illuminate our path and bring us happiness, success and peace. Eid Mubarak.
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এক প্ৰতিবেদনঃ