Home ৰাজ্যগুৰগাঁৱত অসমৰ বনকৰা যুৱতীৰ অাত্মহত্যা, নিৰ্যাতনৰ অভিযোগ

গুৰগাঁৱত অসমৰ বনকৰা যুৱতীৰ অাত্মহত্যা, নিৰ্যাতনৰ অভিযোগ

by News Desk
92 views
A+A-
Reset

কোকৰাঝাৰঃ ৰাজ্যত ক্ৰমান্বয়ে বাঢ়ি অহা ভয়াৱহ নিবনুৱা সমস্যাৰ পৰিণতিতে কৰ্মৰ সন্ধানত সুদুৰ গুৰগাঁৱ(গুৰুগ্ৰাম)ত বনকৰা যুৱতী হিচাপে থকাৰ পিছত যুৱতীগৰাকীয়ে অাত্মহত্যা কৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। গুৰগাঁৱত বিল্ডিংৰ ছাদৰ পৰা জাঁপ মাৰি অাত্মহত্যা কৰা যুৱতীগৰাকীক ৰঞ্জিতা ব্ৰহ্ম বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত বাতৰি অনুসৰি কোকৰাঝাৰ জিলাৰ বিন্নাকাটা গাঁওৰ অনিল ব্ৰহ্মৰ পৰিয়ালটোৱে বেচ কিছুদিন পূৰ্বে কৰ্মৰ সন্ধানত মেঘালয়লৈ যায়। মেঘালয়ত থকাৰ সময়তেই অৱস্থাপন্ন ঘৰত চাকৰণীৰ যোগান ধৰা এটা এজেণ্টৰ সতে অনিল ব্ৰহ্মৰ কন্যা ৰঞ্জিতা ব্ৰহ্মৰ যোগাযোগ হয় অাৰু সেইমতে উক্ত এজেণ্টজনে ৰঞ্জিতাক গুৰগাঁওৰ চিচান্তলগ, কাৰ্লটন ৪, বি ১১৪, ডিএলএফ ফেজ ৫ ৰ বাসিন্দা ৰহিত মেহতাৰ ঘৰত বনকৰা যুৱতী হিচাপে ৰাখে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0