47
অভয়াপুৰীঃ শিলচৰৰ অইৰংমাৰা স্থিত নিজৰ ভাড়া কোঠাৰ পৰা ১৯ মে’ৰ ৰাতিপুৱা ১০ বজাৰপৰা সন্ধানহীন হৈ আছে বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ ৩ নং ৱাৰ্ডৰ নিবাসী ৰূপজ্যোতি দাস।
ৰূপজ্যোতি শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিজ্ঞান বিভাগৰ ছাত্ৰ। ১৬ মে’ত ৰূপজ্যোতিৰ পৰীক্ষা শেষ হৈছিল।