Home অন্যান্য খবৰচৰকাৰী ধনৰ এটকাও অপচয় নকৰিব : বিত্ত মন্ত্ৰী

চৰকাৰী ধনৰ এটকাও অপচয় নকৰিব : বিত্ত মন্ত্ৰী

by News Desk
93 views
A+A-
Reset

গোলাঘাট, ২৯ জুলাই : অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান বিভাগৰ মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ক শ্ৰীযুতা অজন্তা নেওগে আজি গোলাঘাট জিলাৰ আৱৰ্ত্ত ভৱনৰ সভাকক্ষত জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে । মন্ত্ৰীগৰাকীয়ে বিভিন্ন আঁচনিৰ আধৰুৱা কাম-কাজ আৰু নতুন আঁচনিৰ কাম অধিক দ্ৰুত গতিত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

বিশেষকৈ জল জীৱন অভিযান আৰু জিলাখনৰ অন্য পানী যোগান প্ৰকল্পসমূহ সঠিকভাৱে ৰূপায়ন কৰাত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী চৰকাৰখনৰ অন্যতম ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰ অধীনত প্ৰতিটো পৰিয়ালে পানী লাভ কৰাটো সুনিশ্চিত কৰিব পৰাকৈ মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাক কোনো পৰিয়াল বাদ নপৰাকৈ সঠিকভাৱে পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ দিয়ে । তেওঁ জলজীৱন আঁচনিৰ কাম-কাজ ক্ষিপ্ৰতৰ কৰাৰ বাবে বিশেষ গোট গঠন কৰিবলৈও জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0