Home অন্যান্য খবৰ“পাইপ লাইন উপৰে” শীৰ্ষক ঝুমুৰ গীতৰ ভিডিঅ

“পাইপ লাইন উপৰে” শীৰ্ষক ঝুমুৰ গীতৰ ভিডিঅ

by News Desk
72 views
A+A-
Reset

News Next one , ৮ জুলাই ঃ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী এল. ডি .হাসঁদাই অসমৰ বিভিন্ন প্ৰান্তত চাওঁতালী গীত গাই প্ৰশংসা আৰু মৰম বুটলিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ গীতৰ লহৰ বৰ্হিৰাজ্যতো সমানে সমাদৃতা হৈছে ৷

সম্প্ৰতি শিল্পী হিচাবে প্ৰতিষ্ঠা লাভ কৰা হাসঁদাই কেইবাটাও চাওঁতালী গীতৰ জনপ্ৰিয় ভিডিঅ এলবাম প্ৰস্তুত কৰাৰ লগতে সংগীত পৰিচালনাও কৰি আহিছে ৷ অলপতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ সিধু মুৰ্মু , কানহু মুৰ্মুৰ বৈপ্লৱিক জীৱন দৰ্শনৰ ওপৰত “হুল মাহা” নামেৰে এখন ভিডিঅ গীতৰ এলবাম মুক্তি পায় ৷ এলবামটি ৰাইজৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে ৷
ইয়াৰ পাছত আদিবাসী চাহ জনগোষ্ঠীৰ ওপৰত আধাৰিত “পাইপ লাইন উপৰে” ঝুমইৰ গীতৰ আন এখন ভিডিঅ এলবাম প্ৰস্তুত কৰে ৷ অতি শীৰ্ঘেই মুক্তি পাব লগা এই ভিডিঅ এলবামটিৰ সংগীত পৰিচালনা ভিক্টৰ লাকড়াৰ , কন্ঠদান কৰিছে এল.ডি হাসঁদা , মিনালী হেমৰমে , ৷ ভিডিঅ এলবামটিৰ মুখ্য চৰিত্ৰত আছে যতন মুৰ্মু আৰু লক্ষী গড়ঁ ৷ এলবামটিৰ নেপথ্যত সহযোগ কৰিছে তপন চৰেণ আৰু নয়নমণি গড়েঁ ৷ নৃত্যত এৰাসুঁতি যুৱতীৰ দলে সুন্দৰকৈ প্ৰৰ্দশন কৰি এক অনন্যা মাত্ৰা প্ৰদান কৰিছে ৷ ভিডিঅ গীতৰ এলবামটি L.D .Hasda নামৰ ইউটিউব চেনেলত উপলব্ধ হব ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0