125
চৰাইদেউঃ আজি অনুষ্ঠিত সোণাৰি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ ফলাফল আছুৰ দখললৈ। নিৰ্বাচনৰ অন্তত ছাত্র একতা সভাৰ সভাপতি পদৰ বাবে আছুৰ সমৰ্থিত প্ৰাৰ্থী কল্যাণ গগৈ আৰু সম্পাদক পদৰ বাবে হেমকান্ত দত্ত বিজয়ী হয়।
CLICK►https://www.newsnextone.com/lets-play-blue-whale-game-for-life