104
ৰঙিয়াঃ ৰঙিয়া মহকুমাৰ ধুলাবড়ী ছাত্ৰ সন্থাৰ অধিবেশন খন আজি স্থানীয় প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক নিউটন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কামৰূপ জিলা ছাত্ৰ সন্থাৰ শিক্ষা আৰু সাংস্কৃতিক সম্পাদক দীপদৰ্শন ভৰদ্বাজ, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাসৰ লগতে আঞ্চলিক আৰু মহকুমা ছাত্ৰ সন্থাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে।