65
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীয়ে নাইজেৰিয়াৰ মছজিদত আক্ৰমণ সংঘটিত কৰি ১১ গৰাকী লোকক হত্যা কৰে৷ উত্ত-পূৱ নাইজেৰিয়াৰ এটা মছজিদত পুৱাই নামাজ পঢ়ি থকা অৱস্থাত বকোহাৰামৰ এটা দলে আক্ৰমণ চলাই৷ এই ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে পুৱাই৷
নাইজেৰিয়াৰ বৰণোৰ গামবৰু চহৰত সংঘটিত হৈছে এই ঘটনা৷ বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত মছজিদত প্ৰায় ১১ গৰাকী লোকে নামাজ পঢ়ি আছিল৷