Home অন্যান্য খবৰদৰ্শকৰ মাজলৈ আহিব ‘অৱতাৰ’ৰ চিকুৱেল

দৰ্শকৰ মাজলৈ আহিব ‘অৱতাৰ’ৰ চিকুৱেল

by News Desk
62 views
A+A-
Reset

ডিজিটেল ডেস্কঃ হলিউডৰ বিখ্যাত কল্প বিজ্ঞানভিত্তিক চলচিত্ৰ অৱতাৰৰ নিৰ্মাণ হ’ব চিকুৱেল৷ চলচিত্ৰখনৰ পৰিচালক জেমচ কেমেৰুণে ‘অৱতাৰ’ৰ ফেচবুক পেজত এই কথা প্ৰকাশ কৰিছে৷  

১৮ ডিচেম্বৰ ২০২০ত চলচিত্ৰখনৰ প্ৰথম চিকুৱেলে মুক্তি লাভ কৰিব৷ দ্বিতীয় চিকুৱেল ১৭ ডিচেম্বৰ ২০২১, তৃতীয় চিকুৱেল ২০ ডিচেম্বৰ ২০২৪ত আৰু চতুৰ্থ চিকুৱেল ১৯ ডিচেম্বৰ ২০২৫ত মুক্তি লাভ কৰিব৷ চলচিত্ৰখনত জোই চেল্ডানা, চেম বৰ্থিঙটন, চিৰ্গোনী ৱীবৰ আৰু ষ্টিফেন লেংগে নিজ নিজ চৰিত্ৰতে অভিনয় কৰিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0