55
মুছলপুৰঃ জেঠৰ বৰষুণত পাগলাদিয়াত পানীৰ ঢল অহাৰ লগে লগে দেখা গৈছে এক বিশেষ দৃশ্য৷ মানুহৰ কান্ধত বাইক। বৃহস্পতিবাৰৰ এই দৃশ্য বাক্সা জিলাৰ পাগলাদিয়া নদীৰ।
কেইজনমান লোকে বাহত ৰছীৰে বাইক বান্ধি কান্ধত তুলি পাৰ কৰিছে নদী। বিনিময়ত বাইকৰ গৰাকীয়ে দিব লাগে ১০০টকা। পানী আহিলেই পাগলাদিয়াৰ পাৰত বাহ, ৰছী লৈ ৰৈ থাকে ভাৰী।