বাইহাটা চাৰিআলিঃ নাৰীক সৱলীকৰণ, ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদানৰ উদ্দেশ্য তথা লক্ষ্য আগত ৰাখি সদ্য গঠিত নাৰীবাদী সংগঠন ডি এছ ক্ৰিয়েচনৰ উদ্যোগত ইয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে অহা ১১ জানুৱাৰী শুকুৰবাৰে মহানগৰীৰ মজাখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ প্ৰকল্পত ফেশ্বন শ্ব’ৰ লগতে মহিলা সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
সেইদিনা এক মহান উদ্দেশ্য আগত ৰাখি “স্নেহালয় চেন্টাৰ ফৰ চাইল্ড ৰাইটাৰছ” সাহয্যাৰ্থে এক ফেশ্বন শ্ব’ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ অনুষ্ঠিত হ’ব।