Home অন্যান্য খবৰআন্তঃৰাষ্ট্ৰীয় কৰ্মশালালৈ যাব অঞ্জন জ্যোতি

আন্তঃৰাষ্ট্ৰীয় কৰ্মশালালৈ যাব অঞ্জন জ্যোতি

by News Desk
66 views
A+A-
Reset

বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ বেজেৰা গাঁৱৰ বসন্ত ডেকা আৰু হিৰণময়ী ডেকাৰ কনিষ্ঠ পুত্ৰ তথা কটন বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্র অঞ্জন জ্যোতি ডেকাই ইটালীস্থিত আন্তঃৰাষ্ট্ৰীয় তাত্ত্বিক পদাৰ্থ বিজ্ঞান কেন্দ্ৰ (ICTP)ত অনুষ্ঠিত হ’বলগীয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, ব্ৰাজিলৰ ছাও পাওলো বিশ্ববিদ্যালয়, ইংলেণ্ডৰ ইম্পেৰিয়েল কলেজ তথা আন্তঃৰাষ্ট্ৰীয় তাত্ত্বিক পদাৰ্থ বিজ্ঞান কেন্দ্ৰ (ICTP)ই সংযুক্তভাৱে ৮ ৰপৰা ১২ জানুৱাৰীলৈ আয়োজন কৰা পদাৰ্থ বিজ্ঞানৰ আন্তৰ্জাতিক কৰ্মশালালৈ আমন্ত্ৰিত হৈছে।

তাত তেওঁ “Ising Model and Ferromagnetism” শীৰ্ষক গৱেষণামূলক প্ৰকল্পৰ উপস্থাপন কৰিব। তদুপৰি তেওঁ কেম্ব্ৰিজ, প্ৰিঞ্চটন, ষ্টেনফৰ্ড প্ৰভৃতি বিশ্বৰ আগশাৰীৰ  বিশ্ববিদ্যালয়সমূহৰ অধ্যাপকসকলৰ বত্তৃতাত উপস্থিত থকাৰ সুযোগ পাব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0