95
খৈৰাবাৰীঃ ওদালগুৰিৰ ভেৰগাওঁ মহকুমাৰ চেউনী কাকাৰামাৰী বায়খো উদ্যানত ৰাভা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ভেৰগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা জাতীয় পৰিষদ, ৰাভা সাহিত্য সভা, ৰাভা মহিলা পৰিষদ আৰু বায়খো উদ্যান পৰিচালনা সমিতি যৌথ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো পঞ্চদশ বাৰ্ষিক ওদালগুৰি জিলা বায়খো উৎসৱ পালন কৰে ৰাভা জনগোষ্ঠীয় লোকসকলে।