56
গুৱাহাটী: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অটল বিহাৰী বাজপেয়ীৰ বৃহস্পতিবাৰে দেহাবসান ঘটাৰ পিছতে দেশজুৰি শোকৰ বন্যা বয় ।
সকলোৰে মাজত এগৰাকী প্ৰভাৱশালী আৰু ব্যক্তিত্বপূৰ্ণ ৰাজনৈতিক নেতা হিচাপে পৰিচিত বাজপেয়ীৰ মৃত্যুত অসমৰো বিভিন্ন ৰাজনৈতিক নেতা-মন্ত্ৰী তথা বিভিন্ন মহলে শোক প্ৰকাশ কৰে।