66
হৰিশিঙাঃ দৰঙৰ দলগাঁৱত বাংলাদেশীৰ সন্দেহত আটক স্বামী-স্ত্ৰী। ৰাজ্য চৰকাৰখনে অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যা সমাধান কৰিব বুলি কৈ ক্ষমতালৈ আহিছিল যদিও বাংলাদেশৰ নাগৰিকৰ অনুপ্ৰৱেশ আজিও অব্যাহত।
শনিবাৰে নিশা আৰক্ষীৰ অভিযানত দুজনকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিক আটক হোৱাৰ পিছত অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।