Home বাণিজ্যCorona লকডাউন… এইবাৰ বন্ধ হ’ব পাৰে বেংকসমূহৰ একাধিক ব্ৰাঞ্চ!

Corona লকডাউন… এইবাৰ বন্ধ হ’ব পাৰে বেংকসমূহৰ একাধিক ব্ৰাঞ্চ!

by News Desk
A+A-
Reset
bank 9

নতুন দিল্লীঃ কৰ’না মহামাৰীৰ ফলস্বৰূপে সমগ্ৰ দেশতেই ঘোষণা কৰা হৈছে ‘লকডাউন’৷ এই ‘লকডাউন’ৰ সময়ছোৱাত জৰুৰী সেৱাসমূহক ৰেহাই দিয়া হৈছে৷ বেংকসমূহো জৰুৰী সেৱাৰ অন্তৰ্গত, সেয়ে খোলা ৰখা হৈছে বেংক৷ কিন্তু কৰ’না মহামাৰীৰ সংক্ৰমণৰ পৰা কৰ্মচাৰীসকলক ৰক্ষা কৰাৰ বাবে দেশৰ বেংকসমূহে অচিৰেই শাখাসমূহ বন্ধ কৰাৰ দৰে পদক্ষেপ ল’ব বুলি চৰ্চা চলিছে৷ 

সংবাদ প্ৰতিষ্ঠান ‘ৰয়টাৰ’ত বেংকৰ শীৰ্ষ বিষয়াৰ উধৃতিৰে প্ৰকাশ পোৱা খবৰ মতে বেংকসমূহে এতিয়াৰে পৰা চহৰ এলেকাত প্ৰতি ৫ কিলোমিটাৰৰ অন্তৰে অন্তৰেহে একো একোটা শাখা খোলা ৰাখিবলৈ পৰিকল্পনা কৰিছে৷ কোনবোৰ শাখা খোলা থাকিব আৰু কোনবোৰ সাময়িকভাৱে বন্ধ ৰখা হ’ব সেইবোৰ কথাও বেংকসমূহে চিন্তা-চৰ্চা কৰি আছে বুলি বাতৰিটোত প্ৰকাশ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0