107
জাজৰিঃ একশৰণ ভাগৱতী সমাজ অসমৰ ভাৰপ্ৰাপ্ত আচাৰ্য বসন্ত কুমাৰ দাসৰ যোৱা নিশা ১১.৪৫ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ।
একশৰণ ভাগৱতী সমাজৰ ভাৰপ্ৰাপ্ত আচাৰ্য হিচাবে কাৰ্যভাৰ সম্পাদন কৰি থকা দাস আছিল সৰুৰে পৰাই গুৰুগম্ভীৰ ব্যক্তিত্বৰ অধিকাৰী ধৰ্মপ্ৰচাৰক।