Home অন্যান্য খবৰপ্ৰয়াত ভৰথ কলিতা বৃত্তি প্ৰদান অনুষ্ঠান সম্পন্ন

প্ৰয়াত ভৰথ কলিতা বৃত্তি প্ৰদান অনুষ্ঠান সম্পন্ন

by News Desk
A+A-
Reset
775935eb-6d34-43d8-8bb8-76af4412422d

বৰনৰ্দ্দীঃ অসমৰ আগশাৰীৰ ব‍্যৱয়াসী প্ৰতিস্থান বি.কে.ফাউণ্ডেচনৰ উদ‍্যোগত সদ‍্যঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ঘগ্ৰাপাৰলৈ গৌৰৱ কঢ়িয়াই অনা চৰকাৰী শিক্ষানুষ্ঠানসমুহৰ দুখীয়া প্ৰায় ২৫ গৰাকী কীৰ্তিমানক শুকুৰবাৰে ভৰথ কলিতা বৃত্তি প্ৰদান কৰে। সিদিনা আবেলি স্থানীয় ঘগ্ৰাপাৰ হৰিমন্দিৰ বাকৰিত বি.কে.ফাউণ্ডেচনৰ উদ্যোগত ভৰথ কলিতা সোঁৱৰণী বৃত্তি প্ৰদান অনুষ্ঠিতৰ সভাপতিত্ব কৰে অল ইণ্ডিয়া ফেডাৰচনৰ প্ৰাক্তন সভাপতি তাইজুদ্দিন আহমেদে।

সভাখনৰ আঁত ধৰে ঘগ্ৰাপাৰ হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা সাংস্কৃতিক কৰ্মী প্ৰভাত শৰ্মাই৷ কথা শিল্পী ত্ৰিদীপ ৰঞ্জণ মেধিয়ে আঁত ধৰা শৈক্ষিক বৃত্তি প্ৰদান অনুষ্ঠানটিৰ আৰম্ভণিতে আদৰনী ভাষণ দিয়ে সমাজসেৱিকা  গিতিকা কলিতাই৷ কীৰ্তিমানসকলক শুভেচ্ছা জ্ঞাপন কৰি ছাত্ৰ- ছাত্ৰীসকলক সমাজৰ বাবে বিখ্যাতে নহয় ভাল মানুহ হৈ সামাজিক দায়িত্বপালন কৰি মূল‍্যবোধৰ শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0