58
ভুৱনেশ্বৰঃ ২০১৮ বৰ্ষৰ পুৰুষ বিশ্বকাপ অনুষ্ঠিত হ’ব ভুবেনশ্বৰত৷ আজি আন্তৰাষ্ট্ৰীয় হকী ফেডাৰেছনে এই কথা ঘোষণা কৰে৷ তদুপৰি ২০১৭ বৰ্ষত হ’বলগীয়া হকী ৱৰ্ল্ড লীগ ফাইনেলো অনুষ্ঠিত হ’ব ভুবনেশ্বৰত৷
চহৰখনৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব হকীৰ দুই বৃহৎ প্ৰতিযোগীতা৷ ২০১০ত এথলেটিকচ, হকী, ফুটবল ইত্যাদি খেলসমুহ অনুষ্ঠিত কৰিবলৈ এই ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল৷