60
ডিজিটেল ডেস্কঃ দম লগা কে হেইছা ছৱিখনত নায়কে নায়িকাক ভাল নোপোৱাৰ কাৰণটোৱেই আছিল নায়িকাৰ শৰীৰ মেদবহুল হোৱাটো।
কিন্তু সেই নায়িকাই এতিয়া হঠাতে কমাই পেলাইছে ২৫ কিলোকৈ ওজন। ছৱিখনত সন্ধ্যাৰ চৰিত্ৰত অভিনয় কৰা ভুমি পেডনেকাৰ দুবছৰৰ মুৰত ‘টইলেট- এক প্ৰেম কথা’ত পুনৰাই দৰ্শকৰ সমুখত দেখা দিব।