70
ডিজিটেল ডেস্কঃ আম আদমী দলৰ নেতালৈ আইনী সূচনা অমিতাভ বচ্চনৰ৷ অভিনেতাজনৰ পিতৃ তথা কবি হৰিবংশ ৰায় বচ্চনৰ কবিতা এটাৰ বাবেই নেতাজনৰ বিৰুদ্ধে এই পদক্ষেপ বিগ বিৰ৷
কুমাৰ বিশ্বাস নামৰ নেতাজনে হৰিবংশ ৰায় বচ্চনৰ ’নীড় কা নিৰ্মান’ নামৰ কবিতাটো আবৃত্তি কৰি পোষ্ট কৰিছিল ইউটিউবত৷ অৱেশ্যে ভিডিঅ’টোট কবিজনৰ কথা উল্লেখ কৰিছিল নেতাজনে৷